Posts

Showing posts from June, 2026

স্বাৰ্থপৰতা

 স্বাৰ্থপৰতাই কথা বোৰ জটিল কৰি তোলে নহয়নে? স্বাৰ্থপৰতাই নাজানে সম্পৰ্কৰ মৰ্যদা। স্বাৰ্থপৰ মানুহে ভালদৰে জানে কাক কেনেকৈ ব্যৱহাৰ কৰিব লাগে। কিছুমান ব্যক্তি আছে যিয়ে নিজৰ স্বাৰ্থ পূৰণৰ বাবে সীমা অতিক্ৰম কৰিবলৈ কুণ্ঠাবোধ নকৰে।এই ধৰণৰ মানুহ বন্ধু হৈ জীৱনলৈ আহে আৰু জীৱনৰ চৰম অনিষ্ট সাধন কৰি শত্ৰু হৈ মনত আঘাত দি আঁতৰি যায়।  নিশাৰ জোনাকী জাকো স্বাৰ্থপৰ। পোহৰৰ বাট দেখুৱাই নিশাৰ গভীৰ অন্ধকাৰত বিলীন কৰাব পাৰে এই জোনাকী জাকে!